ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ উনছল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে। [1] # জাৰিকৰা শাসক লিপিৰ নাম সময় উদ্ধাৰ হোৱা স্থান ১ সুৰেন্দ্ৰবৰ্মন উমাচল শৈল শাসন খৃ: পঞ্চম শতিকা নীলাচল পাহাৰ, গুৱাহাটী ২ বসুন্ধৰবৰ্মন নগাজৰী খনিকৰ গাঁৱ পাষাণ লিপি (প্ৰথম খণ্ড) খৃ: পঞ্চম শতিকা গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও ৩ বসুন্ধৰ বৰ্মণ নগাজৰী খনিকৰ গাঁও পাষাণ লিপি (দ্বিতীয় খণ্ড) খৃ: পঞ্চম শতিকা গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও ৪ শ্ৰীৰত্নবৰ্মণ আলিছিগা-টেঙানি পাষাণ লিপি খৃ: পঞ্চম শতিকা আলিছিগা টেঙনি, বৰপথাৰ ৫ বসুন্ধৰ বৰ্মন আলিছিগা-টেঙানি মাটিৰ মোহৰ খৃ: পঞ্চম শতিকা আলিছিগা টেঙনি, বৰপথাৰ ৬ ভূতিবৰ্মন বৰগংগা শৈল শাসন খৃ: ষষ্ঠ শতিকা বৰগংগা নদী, নগাঁৱৰ ডবকাৰপৰা ২৮ কিমি উত্তৰ-পূবে ৭ ভাস্কৰ বৰ্মণ ডুবি তাম্ৰশাসন আৰু ছিল খৃ: সপ্তম শতিকা বৰপেটা জিলাৰ ডুবি গাঁও, পাঠশালা ৰেল ষ্টেচনৰপৰা ৫ কিমি আঁতৰত ৮ ভাস্কৰবৰ্মণ নিধানপুৰ তাম্ৰশাসন খৃ: সপ্তম শতি...